A SIMPLE KEY FOR ASSAMESE SYNONYMS UNVEILED

A Simple Key For Assamese synonyms Unveiled

A Simple Key For Assamese synonyms Unveiled

Blog Article

অনতিপলমে, অনতিবিলম্বে, অবিলম্বে, এইমুহূৰ্ততে, এতিয়াই৷

দপ্‌দপনি, প্ৰভুত্ব; দাদাগিৰি; ৰাজত্ব, ৰামৰাজত্ব৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, get more info বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

গছ, অটবী, উদ্ভিদ, উদ্ভেদ, উৰ্বীৰুহ, গছনি, তৰু, তৰুবৰ, তৰুৰাজ, দ্ৰুম, দ্ৰুমৰাজ, নিৰ্মুট, পত্ৰী, পল্লৱী, পাদপ, পৰ্ণখণ্ড, বনস্পতি, বিটপী, বিৰিখ, বিৰুদ, বৃঅগচ্ছ, বৃক্ষ, ভূপদ, ভূৰুহ, মহাদ্ৰুম, মহীজাত, মহীৰুহ, শাখী, স্কন্ধী, ৰুক, ক্ষিতিৰুহ৷

অংগত্ৰাণ, উৰশ্ছদ, উৰস্ত্ৰ, উৰস্ত্ৰাণ, কঞ্চু, কঞ্চুক, কংকট, কংকটক, কৱচ, কাচনি, খোলক, তনুত্ৰ, তনুবাৰ, তনুত্ৰাণ, তনুচ্ছদ, নিচুলক, বৰ্ম, বৰূথ, বক্ষত্ৰাণ, সন্নাহ৷

নৱাৰুণ, বালাৰ্ক, প্রভাতৰবি, প্রভাতসূৰ্য৷

অচল, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷

অন্তকাল, অন্তিম কাল, অন্তিম দশা, অন্তিম সময়, নিদানকাল, মৰণকাল, মৰণদশা, মুমূৰ্ষা,মৃত্যুকাল৷

আহুতি, আহৱ, ইজ্যা, ইষ্ট, ইষ্টি, ক্ৰতু, বষট্কাৰ, মেধ, যজ্ঞ, যাগ, যাগ-যজ্ঞ, স্তোম, হুতি, হোম, হোৱত্ৰ, হৱ, হৱন৷

অচ্যুত, অজিত, অনন্ত, অনন্তশয়ন, অনাদি, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কুন্দৰ, কেশৱ, খগাসন, গদাধৰ, গদাপাণি, গোলোকেশ্বৰ, গৰুড়কেতু, গৰুড়বাহন, গৰুড়ধ্বজ, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জগদীশ্বৰ, জগন্নাথ, জনাৰ্দন, জয়পাল, জহ্নু, ত্ৰিপতি, ত্ৰিলোকনাথ, ত্ৰৈলোক্যনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দানৱাৰি, দামোদৰ, দীননাথ, দীনবন্ধু, দীনেশ, দৈত্যাৰি, ধৰণীশ্বৰ, নাৰায়ণ, নিৰঞ্জন, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰাণপুৰুষ, পুৰুষোত্তম, পৰব্যোম, বলিন্দম, বলিসূদন, বামন, বিভু, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠ, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মাধৱ, মাল, যজ্ঞপুৰুষ, যজ্ঞেশ্বৰ, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীনাথ, শ্ৰীনিৱাস, শ্ৰীপতি, সত্য, হংস, হৃষীকেশ, হৰি, ৰমাকান্ত, ৰমানাথ, ৰমাপতি, ৰমেশ৷

আন্তৰিক, ইষ্টান্তিক, ঘনিষ্ঠ, নিভৃত, হাৰ্দিক, সৌহাৰ্দ্যপূৰ্ণ৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

কাঠচিত, কাঠচিতীয়া, কৰ্কশ, দয়াহীন, নিকৰুণ, নিঠুৰ, নিষ্ঠুৰ, নিৰ্দয়, নিৰ্মম, নৃশংস, পাষাণহৃদয়৷ মমতাহীন, মায়াহীন, হৃদয়হীন৷

আমঠু, কলডিল, ৰক্তাশয়, হিয়া, হিয়াজালী, হৃদযন্ত্ৰ, হৃদয়, হৃৎপিণ্ড৷

Report this page